ফাগুন ফাগুন লাগিছে গাত(এছ ইছলাম)
কুলিৰ কুউ কুউ মাতেহৃদয়ত শিহঁৰণ জাগেআমে মলিয়ালেকঠালে পেলালে মুচিআই বসুমতী ৰজঃস্বলা এৰিহৈ পৰিল শুচি৷ গছে গছে মেলিছেনতুন নতুন কুঁহিপাতডেকা-গাভৰুৰ উতলা মনতত নাইকিয়া হৈছে গাত৷ ফাগুনী বাই আবিৰ ছটিয়াইধৰণীৰ গা ৰাঙলী কৰিছেপ্ৰকৃতিয়ে ফাকুৱা খেলিছেবসন্ত ৰাণীৰ লগতশিমলু পলাশৰ ৰঙতৰাঙলী হৈছে গোটেই জগত৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপমদাৰৰ গোন্ধেৰে হৃদয় আমোলমোলশেৱালিৰ তলত কথা পাতিছেযুগল প্ৰেমিকৰ দলে৷ নদীৰ দুয়ো কুলফুলিছে কঁহুৱা ফুলবতাহত হালিছে জালিছেটুনি-বুলবুলিয়ে উৰুলি মাৰিছে৷...