
নাৰিকলৰ গাখীৰৰ পুডিং (ৰশ্মি শইকীয়া)
উপকৰণ:
ফ্ৰেচ নাৰিকলৰ গাখীৰ ২/কাপ
কণফ্লোৰ_৪/৫ চামুচ
চেনী ২/কাপ
নিমখ এচিকুট
শেষত পুডিং ৰ ওপৰত সজাবৰ বাবে পিস্তা কেইটামান।
পদ্ধতি:_
প্ৰথমতে মই নাৰিকলৰ গাখীৰ খিনিৰ পৰা আধা কাপ বেলেগ কৰি তাত কণʼফ্লোৰ ৪/৫চামুচ মিহলাই বেলেগে কৰি থৈছো। পাছত দিবলৈ।
এতিয়া থাকি যোৱা বাকী নাৰিকলৰ গাখীৰৰ লগত চেনী গুৰি কৰি লোৱা ৪/৫চামুচ মিহলাই , আৰু নিমখ এচিকুট দি
ভালদৰে গোটেই খিনি মিহলাই গেছ আন কৰি লাহে লাহে কম জুইত ৩/৪মানৰ পাছত অলপ গাখীৰ আৰু চেনীৰ ঠিক মিশ্ৰণ খিনি হোৱা পাচত , প্ৰথমতে মই ৰেডি কৰি ৰখা নাৰিকল আৰু কণʼফ্লৰৰ মিশ্ৰণ খিনি একেলগে মিহলাই দি দিছোঁ । আৰু যেতিয়া অলপ ডাঠ হৈ অহা নিচিনা হোৱাৰ পাছত গেছ অফ কৰি এটা পুডিং বাতিত ভৰাই ওপৰত কেইটামান পিস্তা দি সজাই ২/৩ঘন্টা মান সময় ভালদৰে পুডিং খিনি চেক হ'বৰ বাবে নৰমেল ফিজ্ৰাৰত ৰাখি থলো। পাছত আমাৰ পু...