Arup Kakoti – Page 11 – Purbodix.com

Author: Arup Kakoti

বলাৎকাৰ অথবা ধৰ্ষণ এক মানসিক ব্যাধি নেকি?(ঊদেবৰ্ষি গৌতম)

CURRENT TOPIC
বিকৃত মানসিকতাৰ একাংশ লোক আমাৰ সমাজতে বসবাস কৰে৷ যিসকল লোকে ধাৰাবাহিকভাবে আমাৰ সমাজত কলংক সানি আহিছে৷ বিকৃত মানসিকতাৰ যিসকল লোক আছে তেনে লোকসকলৰ চিন্তাবোৰ সাধাৰণ মানুহৰ সাধাৰণ চিন্তাৰ দৰে নহয়৷ প্ৰতিটো সময়তে তেনে লোকসকলৰ মগজটোত পাশৱিক কিছুমান চিন্তাই ক্ৰিয়া কৰি থাকে৷ এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীয়ে শাৰীৰিক সম্ভোগ কৰাটো কোনো ডাঙৰ কথা নহয় অথবা কোনো নতুন কথা নহয়৷ এই প্ৰক্ৰিয়াটো আদিম যুগৰ পৰা আজিলৈকে চলি আহিছে৷ কিন্তু যদি কোনো এগৰাকী নাৰীৰ সন্মতি অবিহনে কোনো এগৰাকী পুৰুষে সেই নাৰী গৰাকীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্ভোগ কৰিবলৈ উদ্যত হয় তেনেহলে সেয়া কিন্তু আইনমতে নিশ্চিতভাৱে এক অপৰাধ৷ এনে কৰ্মক আমি এটা শব্দত বলাৎকাৰ নাইবা ধৰ্ষণ বুলি অভিহিত কৰোঁ৷ বলাৎকাৰ অথবা ধৰ্ষণৰ দৰে কাৰ্য সংঘটিত কৰিব পৰা এগৰাকী লোকৰ মানসিকতাৰ সৈতে অন্য এগৰাকী সাধাৰণ লোকৰ মানসিকতা কোনো কাৰণতে একে হ’ব নোৱাৰে৷ নিজৰ যৌন ক্ষুধা পূৰণৰ ব...
অবহেলাৰ দ্বিতীয় নাম নাৰী জাতি(ঊসবিতা বেগম)

অবহেলাৰ দ্বিতীয় নাম নাৰী জাতি(ঊসবিতা বেগম)

CURRENT TOPIC
সংকল্প আজিৰেই পৰা যদি কামৰ বিনিময় এটুকুৰা শুকান ৰুটি, থকাৰ বাবে এখন ভগা বিছনা৷ কথায়-কথায় অপমান-অৱহেলা, বংশ-কুটুমৰ সমন্বয়ত কটু বাক্য, পদে-পদে ধৰিব কোনোবাই নহয় কোনোবাই ভুল, অৰ্থ আৰু শিক্ষাৰ আত্মঅহংকা১....৷  সমস্ত জীৱন সিহঁতৰেই কল্যাণাৰ্থে ত্যাগ... তথাপি যেন প্ৰায়শ্চিত্ত নহয়৷ মই সীমাবদ্ধ! চাৰিবেৰৰ ভিতৰত...৷  সিহঁতৰ কথায় বেদ বাক্য, সুযোগ বিচাৰি বিচাৰি মানসিক অপমান৷ মূল্যহীন দুখ-কষ্ট, আবেগ-অনুভূতি, বেমাৰ-আজাৰ, মূল্যহীন নাৰীৰ লিখা-পঢ়া, আশা-আকাংক্ষা....৷ জীৱনটো আৰু জীৱন হৈ থকা নাই যেন মই বজাৰৰ সস্তা পণ্য সামগ্ৰী৷  অভিনয় কৰি কৰি কেতিয়াবা ক্লান্ত হৈ পৰে মানসিক বাবে আহত হৃদয় নামক যন্ত্ৰটো৷ উত্তৰ বিচাৰি বিচাৰি বাগৰি পৰে ঠিকনাবিহীন মনটো৷ যদি ইয়াৰ নামেই বিয়া হৈ থাকে তেন্তে মুক্তি পনে মুক্ত হ’ব বিচাৰোঁ আভিজাত্যৰ দালানৰ বন্দী শালৰ পৰা৷ নাজানো কিয়!  প্ৰতিদিন কোনো নহয় কোনো ঠাইত নিৰ্যাতন-ধৰ্ষণ লাঞ্চিত- বঞ...
বৈদিক দৰ্শনত নাৰী(ঊইন্দ্ৰেশ্বৰ দাস)

বৈদিক দৰ্শনত নাৰী(ঊইন্দ্ৰেশ্বৰ দাস)

CURRENT TOPIC
Laপ্ৰাচীন ভাৰতত নাৰীক দেৱী বুলি অভিহিত কৰি স্ত্ৰী শক্তিক পূজা কৰা হৈছিল৷ আমাৰ সংস্কৃতিৰ মূলতন্ত্ৰ আছিল ‘যত্ৰ নাৰ্য্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেবতা৷’ অৰ্থাৎ য’ত নাৰীক সম্মান দিয়া হয়, তাতেই দেবতা নিবাস কৰে৷ ঋগ্বেদকালীন সমাজত স্ত্ৰীশিক্ষাৰ প্ৰচলন আছিল৷ সেইসময়ত মহিলাই বেদ অধ্যয়ন কৰিছিল আৰু বেদমন্ত্ৰ ৰচনাও কৰিছিল৷ ঋগ্বেদৰ অনেক সুক্তৰ দৰ্শনকত্ৰৰ্ী স্ত্ৰী আছিল৷ পুৰুষৰ সমমৰ্যাদাৰে বৈদিক শিক্ষাৰ মৰ্যাদা পোৱাৰ হেতুকে বহুতো উচ্চশিক্ষিতা মহিলাৰ নাম পোৱা যায়৷ সেইসকলৰ ভিতৰত গাৰ্গী, মৈত্ৰেয়ী, ৰোমাচা, লোপামুদ্ৰা, আপালা, কুদ্ৰু, বিশ্ববাৰা, ঘোষা, চিকতা, নিভাবাৰী, উৰ্বশী, সাবিত্ৰী, আত্ৰেপই, দেবযানী, লীলাবতী, কাত্যায়নী আদি অতি উচ্চ শিক্ষিতা মহিলাৰ নাম উল্লেখযোগ্য৷ বিশ্বৰ আদিগ্ৰন্থ ঋগবেদত বেদমন্ত্ৰ ৰচয়িতা বহুকেইগৰাকী নাৰী ঋষিৰ নাম পোৱা যায়৷ বৈদিক দেৱতাসকলকলৈ লিখিত গ্ৰন্থ ‘বৃহৎ’ দেৱতা’ত উল্লেখ আছে যে মন্...

শ্যামলী শৰত( ঊচন্দনা চৌধুৰী)

CURRENT TOPIC
শ্যামলী শৰতৰ কোনোবা এটি স্নিগ্ধ প্ৰভাততদু-ওঁঠত বাগৰিছিলসেই ভুৱন ভুলোৱা হাঁহিটি..শেৱালিৰ চঞ্চলতাই সুৰভিত কৰিছিললাস্যময়ী সমাহা১.....!শৰতেই দিছিল কবিতাৰ আঁৰৰ বতৰা....তাতেই যেন উদ্ভাষিত হৈছিল বাস্তৱ...!দিবা স্বপ্নস্ৰোতত মগ্ন সেয়া যেনআজি সৌজন্যপূৰ্ণ ক্ষমাশীলতা...!য’ত আছিল মাথোঁ সৰগীয় সুখানুভূতিৰ আত্মীয়তা ....!শ্যামলী শৰতেই দিছিল কবিতাৰ শs...গুৰিত সিঁচি দিছিল সজাল অনুভৱ ...!সপোনৰ ফলৱৰ্তী ৰূপৰ যেন এক বাসনা..ভাবিছিল, সেউজ সুন্দৰ পৃথিৱীখনত পৰিবছাহাৰাৰ বালিৰ দলিছা...!সেয়াও যেন এতিয়া শ্যামলীৰেই প্ৰাণ...! ...

কবিতা

CURRENT TOPIC
চিলিংফেন( ঊপপী চহৰীয়া)   ঘূৰণীয়া আকৃতিৰে ছন্দময় গতিৰে মৃদু বতাহৰ সৈতে, উচ্চতাৰ পৰাই আনে আৰাম আৰু শান্তি, স্তব্ধ কৰা গৰমত সাbLনাৰ উৎস৷   উষ্ণতাৰ শক্তি বিয়পাই দিয়া ঘূৰ্ণীবতাহ, শীতলতা সৃষ্টি কৰা, মন্ত্ৰমুগ্ধ উৰণেৰে জীৱনক পুনৰ সজীৱ কৰি তোলা৷   তোমাৰ বৃত্তাকাৰ গতি, কৃপাৰ নৃত্য, প্ৰতিটো ঘূৰণিৰ লগে লগে দেৱালত ছাঁ পেলোৱা, প্ৰতিটো বাসস্থানৰ নীৰৱ সংগী, সুৰবোৰ গুণগুণাই থাকে৷   টোপনি নোহোৱা ৰাতি সপোনৰ মাজেৰে আহি তোমাৰ অহৰহ উপস্থিতি, দেহ মনত হয় প্ৰশান্তি দিনৰ পোহৰৰ শেষলৈকে প্ৰতিধ্বনিত হৈ থকা তোমাৰ নিস্তব্ধ হুলস্থূল৷   তুমি বায়ুমণ্ডলীয় সপোনৰ অভিভাৱক, প্ৰতিটো ঘূৰ্ণনৰ লগে লগে সমস্যাবোৰ বিয়পি পৰে, ওপৰত উৰি, আকাশী ৰশ্মিৰ দৰে, বিশ্বব্ৰহ্মাণ্ডত ভাৰসাম্য আৰু সম্প্ৰীতি অনা৷   শ্ৰদ্ধাঞ্জলি জনাইছো,  অ’ নম্ৰ অনুৰাগী, তোমাৰ সেৱাত অটল, দিন-ৰাতি, চিলিংফেন, চিৰদিনৰ বাবে আৰাম আৰু পোহৰৰ   এক কালজয়ী প্ৰতীক৷ vv...
তলসৰা শেৱালিৰ জীৱন গাঁথাৰে(ঊৰীতু গগৈ)

তলসৰা শেৱালিৰ জীৱন গাঁথাৰে(ঊৰীতু গগৈ)

CURRENT TOPIC
‘‘দশভূজাক আদৰিবলৈ তোৰ সুবাসে ভৰাই তোলে চৌপাশ গভীৰ নিশাবোৰ মায়াময় হৈ উঠে তোৰেই পাহিমেলা আৱেগভৰা হেঁপাহত৷ আৰু- হেঁপাহবোৰ বিলীন হয় জোনাকৰ বুকুত৷’’ পুৱাতেই qw ছবি আঁকি নিয়ৰ টোপালবোৰক জিলমিলাবলৈ সুবিধা কৰি দিয়া সেয়াই শেৱালি৷ প্ৰিয় ঋতু শৰৎ অহাৰ আগজাননী দিয়ে শেৱালিয়ে৷ নিয়ৰসনা সেমেকা দুবৰিৰে খোজ পেলাই সৰা শেৱালি বোটলা অভ্যাস আমাৰ বহুতৰে আছে৷ শৈশৱৰ সাক্ষীস্বৰূপ এই শেৱালি ফুলৰ আঁৰত আছে বহু মনোৰম কাহিনী৷ শেৱালিৰ প্ৰকৃত নাম আছিল পাৰিজাত৷ বিষ্ণুপুৰাণত শেৱালি সম্পৰ্কে থকা কাহিনীমতে পাৰিজাত আছিল এগৰাকী ৰাজকুমাৰী৷ সূৰ্য দেৱতাৰ সৈতে আছিল পাৰিজাতৰ গভীৰ প্ৰণয়৷ বহুদিন দুয়ো প্ৰেমৰ সম্পৰ্ক সুন্দৰভাৱে বৰ্তাই ৰাখিছিল যদিও সূৰ্য দেৱতাই এটা সময়ত পাৰিজাতক প্ৰেমৰ দেশত দুখীয়া কৰি আঁতৰি গ’ল৷ সূৰ্য দেৱাতৰ প্ৰতাৰক প্ৰেমীক ৰূপটোৱে বৰকৈ আঘাত কৰিলে পাৰিজাতৰ কোমল অন্তৰক৷ বিৰহ-বিচ্ছেদৰ, প্ৰতাৰণাৰ বেদনাত পাৰিজাতে জীয়াই...
শৰতেই আনক শান্তিৰ বতৰা…(ঊপ্লাবিতা ঠাকুৰ)

শৰতেই আনক শান্তিৰ বতৰা…(ঊপ্লাবিতা ঠাকুৰ)

CURRENT TOPIC
ঋতুৰাণী শৰৎ অহাৰ লগে লগে আমাৰ মন ফৰকাল হৈ পৰে৷ প্ৰকৃতিৰ ৰাণী শৰৎ অহাৰ লগে লগে শেৱালি ফুলৰ মনোমোহা গোন্ধে পৰিৱেশ সুন্দৰ কৰি তোলে৷ শৰতৰ কুঁৱলীয়ে কঢ়িয়াই আনে এটা সুন্দৰ মনোমোহা পৰিৱেশ৷ এনে সুন্দৰ পৰিৱেশতে আহি পৰে দুৰ্গা পূজা৷ শৰৎকালত হোৱা বাবে দুৰ্গাৰ অন্য নাম হ’ল শাৰদী মাতা৷ অসুৰ সংহাৰী দুৰ্গাৰ ৰূপে অপ সংস্কৃতি, সমাজৰ দুৰ্জন লোকক নিপাত কৰাৰ এটি প্ৰতীক৷ দুৰ্গা মাৰ দুয়ো কাষে লক্ষ্মী-সৰস্বতী, গণেশ, কাৰ্তিক৷ মাতৃয়ে সিংহ বাহনত উঠি ত্ৰিশূল হাতত লৈ নাগপাশেৰে অসুৰক কৰায়ত্ত কৰাৰ ভীষণ ৰূপ পাহাৰৰ ওপৰৰ পৰা তেওঁৰ স্বামী মহাদেৱে নিৰীক্ষণ কৰি আছে৷ হিমালয় আৰু মেনকাৰ আলাসৰ লাৰু উমাৰ আৰাধ্য স্বামী হ’ল ব্যাঘ্ৰ চাল, নৰ মুণ্ডমালা, সৰ্প পৰি অলংকাৰ ধাৰণ কৰা জাতিৰ প্ৰাণকৰ্তা মহাদেৱ৷ এবাৰ উমাৰ ৰূপ-লাৱণ্যত মুগ্ধ হৈ মহিষ নামৰ অসুৰে উমাক পত্নী হিচাপে বিচৰাত উমাৰ ভীষণ খং উঠিল৷ লগে লগে এই শান্ত-শিষ্ট অপৰূপা সুন্দৰী ...
মৌলবাদ নিপাত যাওক(নাছিৰ আহমেদ)

মৌলবাদ নিপাত যাওক(নাছিৰ আহমেদ)

CURRENT TOPIC
বৰ্তমান বাংলাদেশৰ দ্ৰুত গতিত পৰিৱৰ্তন হোৱা ৰাজনৈতিক ঘটনা-পৰিঘটনাই বাংলাদেশত যেন এক নতুন পটভূমি গঢ়ি উঠাৰ লক্ষণ সুস্পষ্ট কৰিছে৷ উপনিৱেশবাদী পাকিস্তানৰ সামৰিক শাসন ব্যৱস্থাত অতিষ্ঠ হৈ বাংলাদেশৰ (পূৰ্বৱৰ্তী পূব পাকিস্তান) কোটি কোটি জনতাই এদিন ৰাজপথলৈ ওলাই আহি বঙ্গবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ নেতৃত্বত ১৯৭১ চনৰ ২৬ মাৰ্চত স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ বাংলাদেশ ঘোষণা কৰিছিল৷ পাকিস্তানৰ সামৰিক বাহিনীৰ বৰ্বৰোচিত আক্ৰমণৰ সন্মুখীন হৈ ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীৰ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি ১৯৭১ চনলৈকে বাংলাদেশৰ লাখ লাখ মানুহৰ আত্মত্যাগ আৰু এসাগৰ তেজৰ বিনিময়ত অৱশেষত এই দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া আকৌ বাংলাদেশত দ্ৰুত গতিত ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিৱেশৰ যেন অভ্যুত্থান ঘটিছে৷ ২০০৯ চনৰ পৰা ২০২৪ চনলৈকে অতি স্বৈৰাচাৰী শাসন ব্যৱস্থা চলাই যোৱা শ্বেখ হাছিনাৰ “অযৌক্তিক সংৰক্ষণ’’ নীতিৰ বিৰুদ্ধে...

অস্তিত্বৰ সংকট(ঊমামণি গগৈ হাজৰিকা)

CURRENT TOPIC
আবেলি হাতত বজাৰ কৰা বেগটো লৈ ওচৰৰে চাৰিআলিৰ বজাৰখনলৈ ওলাই গ’ল বসন্ত কলিতা৷ বজাৰ মানে দুটামান সৰু-সুৰা বস্তু আনিবলৈকে যাব লগা হ’ল৷ ঘৰখনৰ সকলো বজাৰ তেৱেঁই কৰে৷ ঘৰখনত মানুহো কেৱল দুজনহে, বসন্ত কলিতা আৰু তেওঁৰ পত্নী কৰুণাময়ী৷ পুত্ৰ-বোৱাৰী চাকৰিৰ বাবে ঘৰৰ পৰা আঁতৰত থকা দহ বছৰমান হ’ল৷ ছোৱালী দুজনীকো বিয়া দিয়াৰ পাছত ঘৰখনত থাকিলগৈ তেওঁলোক দুজনহে৷ এই দুজনীয়া সংসাৰখন বজাৰ-সমাৰ, কাম-কাজনো কিমান? সেইখিনি তেওঁ নিজেই কৰে৷ অৱসৰৰ পাছতো স্বাস্থ্য-পাতি ঠিকেই আছে কাৰণে এইবিলাক কামৰ বাবে কোনো মানুহ ৰাখিব লগা হোৱা নাই৷ পত্নী কৰুণাময়ীয়েও ঘৰৰ কামবোৰ কৰিব পৰা হৈ থকালৈকে হেনো নিজেই কৰিহে ভাল পায়৷ এনেদৰে বুজা-পৰাৰ মাজেৰে দুয়ো নিয়াৰিকৈ চলি আছে৷ চাকৰি কালত চৰকাৰী আৱাসত থকা কলিতা পৰিয়াল বৰ্তমান থকা ঠাইখনলৈ অহা বেছিদিন হোৱা নাই৷ প্ৰধান নগৰৰ পৰা তিনি কিলোমিটাৰমান নিলগত ঠাইখন৷ তাত সকলো মানুহেই নতুনকৈ আহি ঘৰ পতা৷ যদিও সকল...
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

CURRENT TOPIC
সাৰাংশ মূল ঃ ড॰ গৌৰহৰি দাস অনুবাদ ঃ নিৰ্মালি মহন্ত) ( যোৱা সংখ্যাৰ পিছৰ পৰা সিদ্ধাৰ্থৰ পৰা ফাইলটো আনি ওপৰে ওপৰে চাই জি. এমে ক’লে, “ঠিক আছে৷ তুমি শুভেন্দুক দায়িত্বভাৰ দি নিজে তাৰ পৰা ৰিলিভ লৈ লোৱা আৰু লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল’বা৷ অল দি বেষ্ট৷” শুভেন্দু আৰn ¸সিদ্ধাৰ্থ ওলাই আহিল জি. এমৰ কোঠাৰ পৰা৷ “বিহাৰী তোমাৰ ওপৰত একেবাৰে খুচ যেন লাগিছে৷ এনে কি ক’লানো? শুভেন্দুৱে কোনো উত্তৰ নিদিলে৷ আচলতে সি অস্বস্তি অনুভৱ কৰিছিল৷ সি সিদ্ধাৰ্থক ক’লে, “ভাবিছোঁ বাৰিষা গ’লেই লগে লগে লেণ্ড একুইজিচনৰ কাম আৰম্ভ কৰি দিম৷ মন্দিৰ নিৰ্মাণ আৰু হনুমান মূৰ্তি বনোৱাৰ কামটো তাৰ আগতেই শেষ হৈয়ে যাব৷” ঃ পাগল হ’লা নে কি? –সিদ্ধাৰ্থই ক’লে৷ ঃ মানে? –আচৰিত হৈ শুভেন্দুৱে সুধিলে৷ ঃ এইবোৰ কাম আৰম্ভ কৰাটোহে ভাল, কিন্তু সোনকালে শেষ কৰাটো ভাল নহয়৷ শুনা, মহাদেৱ মন্দিৰৰ কাম এতিয়াই আৰম্ভ কৰিব পৰা নাযাব৷ গাঁৱৰ ...