
সুৰৰ ৰাণী তিৰ বিৰ তৰালিৰ জোনাকী গীতবোৰ (ৰঞ্জন শৰ্মা)
‘‘হেঙুলীয়া সপোনে... সযতোৱা মৰমে...আলাসতে ছবি আঁকি... আপাহতে ঢালি বাকী ইচাতি বিচাতি... সাৱতি হেঁপাহক৷৷’’
(এলবাম হেঙুলীয়া)সুন্দৰৰ অযুত হেঙুলীয়া সপোন আৰু সেউজীয়া আশা আৰু হেঁপাহ বুকুত লৈ, কণ্ঠ-সুৰ-গীতেৰে সুৰৰ ছবি আঁকি হাজাৰ হাজাৰ শ্ৰোতাৰ হৃদয়ৰ...