
পৰেশ বৰুৱাৰ প্ৰাসংগিকতা আছেগৈ নে??(ৰাজলক্ষ্মী ভূঞা )
আহোমৰ ৰাজশাসনৰ বেলিমাৰ গ’ল...
স্বভিমানী অসমীয়া বৃটিছ শাসনৰ তললৈ কৰতলতীয়া হিচাপে আহিল৷ অসমীয়াই বিদ্ৰোহ আৰম্ভ কৰিলে
গোলামী যেন অসমীয়াৰ তেজত নাই৷
বহুত ঘাত-প্ৰতিঘাত অসহযোগ সত্যাগ্ৰহৰ অন্তত
গোমধৰ পিয়লি কুশল কোঁৱৰ, কনকলতাৰ ত্যাগৰ বিনিময়ত ভাৰতৰ লগতে অসমীয়াই ভাৰতীয়ৰ লগতে স্বাধীনতা
পালেই য়াণ্ডাবু সন্ধি ৰদ হ’ল, আকৌ আহিল ৰাষ্ট্ৰ যন্ত্ৰৰ ষঢ়যন্ত্ৰ৷
অসম আৰু অসমীয়াই প্ৰাপ্তিৰ পৰা বহু ক্ষেত্ৰত
বঞ্চিত হ’ল৷ নায্য প্ৰাপ্তিৰ আন্দোলন হ’ল....
লাল বাল পালৰ দৰে অসমীয়াৰ তেজ আকৌ উথলি উঠিল৷ অসম আন্দোলনৰ সূচনা হ’ল৷
৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম চুক্তি সম্পাদন হ’ল৷
আচৰিত আৰু মন কৰিবলগীয়া কথা তেতিয়ালৈকে অসমত
সসস্ত্ৰ আন্দোলনৰ কথা কোনেও চিন্তা কৰা নাছিল৷ অসম আৰু অসমীয়াক শোষণ আৰু বঞ্চনাৰ ইমান
চূড়ান্ত পয্যায় পালেগৈ যে, স্বাভীমানী অসমীয়াৰ সুঠাম জ্ঞানী শিক্ষিত কেইজনমান অসমীয়াই
জাতিটোৰ ব...